Wednesday, March 11, 2026
Homeঅসমপুনৰ এনকাউন্টাৰ

পুনৰ এনকাউন্টাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: এইবাৰ ওদালগুৰিত আৰক্ষীৰ হাতত একাউণ্টাৰ । এই এনকাউন্টাৰত নিহত এজন লোক ইপিনে দুজন পলাতক। ইফালে ওদালগুৰি জিলাৰ দৈপাম বজাৰত সংঘটিত হৈছে এই ঘটনা।


ওদালগুৰি আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দৈপাম বজাৰত । তাৰ লগতে অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীলৈ গুলী বৰ্ষণ কৰাৰ ফলত দুই কনিষ্টবল আহত হয়। আনহাতে নিহত লোকজনৰ নাম কিনাৰাম বড়ো বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments