Monday, July 7, 2025
Homeঅসমকাইলৈ ৰাজ্যৰ ৪৩টা কেন্দ্ৰত পুনৰ ভোটগ্রহণ

কাইলৈ ৰাজ্যৰ ৪৩টা কেন্দ্ৰত পুনৰ ভোটগ্রহণ

  • পঞ্চায়ত নিৰ্বাচনত সংঘাত আৰু ব্যাপক খেলিমেলি ।
  • কাইলৈ পুনৰ ৪৩টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ ।
  • হাইলাকান্দিত সৰ্বাধিক ৩১টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ
  • নির্বাচনী হিংসা আৰু খেলিমেলিৰ বাবে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ
  • শ্রীভূমিত ৮টা, লখিমপুৰৰ দুটা ভোটকেন্দ্ৰত হ’ব পুনৰ ভোটগ্রহণ
  • গোলাঘাট আৰু মাজুলীৰ এটাকৈ ভোটকেন্দ্ৰত হ’ব পুনৰ ভোটগ্রহণ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments