Tuesday, March 10, 2026
Homeৰাষ্ট্ৰীয়পুনৰ উত্তপ্ত কাশ্মীৰ!

পুনৰ উত্তপ্ত কাশ্মীৰ!

ডিজিটেল ডেস্ক, ১৪আগষ্ট: সেনা-উগ্ৰপন্থী সংঘাতত পুনৰ উত্তপ্ত হৈ পৰিল কাশ্মীৰ। এই অভিযানত চাৰিজন উগ্ৰপন্থীক হত্যা কৰাৰ উপৰিও এজন সেনা বিষয়া আহত হয় আৰু পিছত মৃত্যু হয় বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে। এই অঞ্চলত উগ্ৰপন্থীৰ আন্দোলন বাৰে বাৰে বৃদ্ধি পাই কাশ্মীৰত বিশৃংখলতাৰ সৃষ্টি হৈছিল বুলি ভাৰতীয় সেনাই জনাইছিল। সেয়ে সেনা-আৰক্ষীৰ যৌথ বাহিনীয়ে অঞ্চলটোত তালাচী কৰিবলৈ আৰম্ভ কৰে।

সেনাই দাখিল কৰা এক বিবৃতি অনুসৰি গুলীয়াগুলীত ৪ জন উগ্ৰপন্থী নিহত হয়, মৃত উগ্ৰপন্থীৰ পৰা এম-৪ কাৰবাইন ৰাইফল উদ্ধাৰ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments