Wednesday, March 11, 2026
Homeঅসমযান-বাহনৰ চালক তথা গৰাকীৰ বাবে সকাহ!

যান-বাহনৰ চালক তথা গৰাকীৰ বাবে সকাহ!

ডিজিটেল ডেস্ক, anews24x7: এটা ভাল খবৰযান-বাহনৰ চালক তথা গৰাকীৰ বাবে সকাহ! গাড়ীৰ ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণৰ দৈনিক বিলম্ব মাচুলত ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

ৰেহাই মূল্যত তিনিচকীয়া বাহনত দৈনিক ১০ টকা, বাণিজ্যিক বাহনত দৈনিক ১৫ টকা, চাৰিচকীয়া পৰিবহণ বাহনত ২০ টকা আৰু গধুৰ বাণিজ্যিক বাহন আৰু অন্যান্য বাহনৰ ক্ষেত্ৰত ২৫ টকা হ’ব দৈনিক বিলম্ব মাচুল।

বৰ্তমান ইয়াৰ মূল্য ৫০ টকা। ১৫ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈকে আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে পৰিবহন বিভাগে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments