Monday, March 23, 2026
Homeঅসমডুমডুমাত ৰোড শ্ব' ৰূপেশ গোৱালাৰ

ডুমডুমাত ৰোড শ্ব’ ৰূপেশ গোৱালাৰ

জনসমুদ্ৰত পৰিণত ডুমডুমা নগৰ । ডুমডুমাত ৰোড শ্ব’ ৰূপেশ গোৱালাৰ ।

বিজেপিৰ ডুমডুমা সমষ্টিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাই আজি তিনিচুকীয়াত মনোনয়ন দাখিল কৰে ।

মনোনয়ন দাখিল কৰাৰ পাছতেই ডুমডুমাত বিপুল আদৰণি ৰূপেশ গোৱালাক ।

প্ৰায় ১০ সহস্ৰাধিক লোকে ডুমডুমা বিপুল আদৰণি জনাই গোৱালাক ।

ডুমডুমা নগৰ খেলপথাৰত ৰাইজক সম্বোধন কৰে ৰূপেশ গোৱালাই ।

ডুমডুমাত একেলগে জনসমুদ্ৰ দেখি এই আদৰণিক অভুতপূৰ্ব আদৰণি তথা অন্তৰৰ পৰা ৰাইজে কৰা মৰম বুলি উল্লেখ কৰে ।

সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিৰুধী প্ৰাৰ্থী গৰাকীকো শুভেচ্ছা জনাই ৰূপেশ গোৱালাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments