Tuesday, March 10, 2026
Homeআন্তঃৰাষ্ট্ৰীয়ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

 

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত চলাইছে সৰ্ববৃহৎ মিছাইল আক্ৰমণ ৷ নিশা ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৭০ টাতকৈ অধিক মিছাইলেৰে আক্ৰমণ কৰিছে ৷

ৰাছিয়াৰ মিছাইল আক্ৰমণৰ ফলত ৰাজধানী চহৰখনত ব্যাহত হৈ পৰে বিদ্যুৎ যোগান ৷ ইউক্ৰেইন চৰকাৰৰ তথ্য অনুসৰি ‘ব্লেকআউট’ৰ ফলত চহৰখনৰ পানী যোগানকে আদি কৰি অন্যান্য জৰুৰী সেৱা সমূহ ক্ষতিগ্ৰস্ত হৈছে।

 শুক্ৰবাৰে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী জেনেৰেল ভেলেৰী জালুজনীয়ে ৰাজধানী কিয়েভৰ ওপৰত ৰাছিয়াই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰিছিল ৷ দাবী কৰিছিল যে ২ লাখ ৰাছিয়াৰ সৈন্যই শীতকালত কিয়েভ দখল কৰিবলৈ নতুন প্ৰস্তুতি আৰম্ভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments