Tuesday, March 10, 2026
Homeঅসম৩১ জুলাইত শেষ হ’ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ।

৩১ জুলাইত শেষ হ’ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ।

৩১ জুলাইত শেষ হ’ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ।

১ আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ’ব পাঠদান।

ৰাজ্যত বৰ্তমানো অব্যাহত আছে গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ।

গ্ৰীষ্ম প্ৰৱাহৰ বাবে পাঠদানৰ সময়ক লৈ নতুন নিৰ্দেশনা জাৰি।

নিৰ্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীৰ।

১ আগষ্টৰ পৰা গুৱাহাটীৰ শিক্ষানুষ্ঠানত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments