Sunday, July 6, 2025
Homeঅসমলাওঁখোৱা , বুঢ়াচাপৰিত প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

লাওঁখোৱা , বুঢ়াচাপৰিত প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

ডিজিটেল ডেস্ক, ANEWS24x7:লাওঁখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰশাসনৰ জাৰি কৰিছে ১৪৪ ধাৰা।

নগাঁও জিলাৰ লাওঁখোৱা, আৰু শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্য এলেকাত থকা খাল-বিল পুখুৰী, জলাশয়ত সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

অভয়াৰণ্য দুখনৰ ভিতৰত উৰুকাৰ পুৱা সমূহীয়া মৎস্য চিকাৰত বাধা প্ৰদানৰ উদ্দেশ্যে এই নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ। নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই অধিক তৎপৰ হৈ পৰিছে অভয়াৰণ্য দুখনৰ বনকৰ্মী-বিষয়া সকল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments