- চণ্ডীশগড়ত নক্সালবাদীৰ ওপৰত নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ আক্ৰমণ
- চত্তীশগড়-তেলেংগানা সীমান্তত এনকাউণ্টাৰত ৭ নক্সালবাদীৰ মৃত্যু
- পুৱা প্রায় ৫.৩০ বজাত চলিপাকা বনাঞ্চলত দুয়োপক্ষৰ গুলীয়াগুলী
- নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ অস্ত্র-শস্ত্ৰও
- পলাতক নক্সালবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীৰ ব্যাপক অভিযান