Wednesday, July 9, 2025
Homeঅসমউমৰাংছ'ৰ কয়লা খনিৰ ঘটনাক লৈ তত্পৰ মুখ্যমন্ত্ৰী

উমৰাংছ’ৰ কয়লা খনিৰ ঘটনাক লৈ তত্পৰ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ৬জানুৱাৰী: উমৰাংছ’ৰ অবৈধ কয়লা খনীত আবদ্ধ হৈ পৰিল ১৫ জন শ্ৰমিক। কয়লা খনিত পানী ভৰি যোৱাত আবদ্ধ শ্ৰমিকসকল। উমৰাংছ’ৰ তিনিকিলোত সংঘটিত এই ভয়ংকৰ ঘটনা। তিনিকিলোৰ অসম কুঁৱেৰীৰ ১৯ নং ব্লকত আবদ্ধ শ্ৰমিকসকল।

উমৰাংছ’ৰ কয়লা খনিৰ ঘটনাক লৈ তত্পৰ মুখ্যমন্ত্ৰী। উদ্ধাৰ অভিযানৰ বাবে সেনাৰো বিচাৰিলে সহায়। সামাজিক মাধ্যমযোগে SDRF আৰু NDRF-এ উদ্ধাৰ চলাই থকাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments