শিৱসাগৰ, ২৬আগষ্ট:
- উজনিত আমছু আৰু বিশ্ব হিন্দু পৰিষদৰ দম নাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ:শৃংখল চলিহা।
- প্ৰয়োজনত জেল যাবলৈ সাজু কিন্তু কোনোকাৰণতে ব’ণ্ড স্বাক্ষৰ নকৰোঁ শৃংখল চলিহাই স্পষ্ট কৰিলে নিজৰ মত।
- আমি কৈ আছো খিলঞ্জীয়া আধিপাত্যৰ কথা বাংলাদেশী যাব লাগে কৈছো, হিন্দু-মুছলিম যাব লাগে বুলি কোৱা নাই।
