Wednesday, March 11, 2026
Homeঅসমকণ্ঠশিল্পী দীক্ষুই তিনিটা গান গায়েই সামৰিব লগা হ'ল সংগীতানুষ্ঠান

কণ্ঠশিল্পী দীক্ষুই তিনিটা গান গায়েই সামৰিব লগা হ’ল সংগীতানুষ্ঠান

ডিজিটেল ডেস্ক, ANEWS24X7: ৰঙিয়াত মাজ নিশা ধুমুহাৰ তাণ্ডব লীলা। কণ্ঠশিল্পী দীক্ষুই তিনিটা গান গায়েই সামৰিব লগা হল সংগীতানুষ্ঠান। ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত অনুষ্ঠান কৰি থকাৰ মাজতে প্ৰচণ্ড ধুমুহা বৰষুণে বিধি পথালি দিয়ে।

বতৰৰ বিধিপথালিৰ বাবে পূৰ্বতেওঁ এবাৰ বাতিল কৰিবলগীয়া হৈছিল বিহুৰ অনুষ্ঠান ৷ পুনৰবাৰ অনুষ্ঠিত হৈছিল ৰঙিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments