Monday, March 16, 2026
Homeঅসমশীঘ্ৰে আদালতত দাখিল কৰা হ’ব সকলো তথ্য

শীঘ্ৰে আদালতত দাখিল কৰা হ’ব সকলো তথ্য

  • জুবিন গাৰ্গৰ SITৰ তদন্ত সন্দৰ্ভত মুন্না প্ৰসাদ গুপ্তাৰ গুৰুত্বপূৰ্ণ মন্তব্য
  • জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত আছে।
  • শীঘ্ৰে আদালতত দাখিল কৰা হ’ব সকলো তথ্য।’’
  •  আৰক্ষীয়ে সময়ত চাৰ্জশ্বীট দাখিল কৰাৰ চেষ্টা কৰিছে
  • ছিংগাপুৰীয়া অসমীয়াক শীঘ্ৰে হাজিৰ হোৱাৰ সকীয়নি
  •  SITয়ে সঠিক আৰু ক্ষিপ্ৰভাৱে তদন্ত অব্যাহত ৰাখিছে
  • ছিংগাপুৰলৈ যোৱাৰ বাবে আৰক্ষীয়ে অনুমতি বিচাৰিছে
  • MLATৰ জৰিয়তে অনুমতি বিচাৰিছে অসম আৰক্ষীয়ে
  • অনুমতি পালেই ছিংগাপুৰলৈ যাব SIT
  • এতিয়াও কোনো বিঘিনি নোহোৱাকৈ চলিছে তদন্ত
  • দুদিনৰ ভিতৰত ছিংগাপুৰীয়া অসমীয়া অহাৰ সম্ভাৱনা আছে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments