- সামাজিক মাধ্যমত পাকিস্থানৰ সমৰ্থনত বিতৰ্কিত পোষ্ট ৷
- শিৱসাগৰ চহৰৰ পৰা এজনক আটক ৷
- চাহিল আলি নামৰ ১৯ বছৰীয়া যুৱকজনক আটক সদৰ আৰক্ষীৰ ৷
- যুৱকজনক আটক কৰাৰ সন্দৰ্ভদ মূখ্যমন্ত্ৰীয়ে কৰিছে টুইট ৷
- শিৱসাগৰ চুকৰ গাৱৰ ভাৰাতীয়া নিবাসী মেছেৰ আলিৰ পুত্ৰ চাহিল আলি ৷
- চাহিলৰ পিতৃৰ প্ৰকৃত ঘৰ কামৰূপ জিলাৰ বাইহাটা ছাৰিআলিত ৷
- শিৱসাগৰ সদৰ আৰক্ষীয়ে নিজৈববীয়াকৈ ৬৬/ ২০২৫ নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে চাহিল আলিক ৷
- শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰিছে বিতৰ্কীত পোষ্ট দিয়া চাহিলৰ মবাইল ফোন ৷