Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়ভয়াৱহ বিমান দুর্ঘটনা

ভয়াৱহ বিমান দুর্ঘটনা

  • দক্ষিণ কোৰিয়াত ভয়াৱহ বিমান দুর্ঘটনা
  • বিমানখনত আছিল ১৭৫ গৰাকী যাত্রী, ৬ বিমান পৰিচাৰক
  • ৬২ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু
  • দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দুর্ঘটনাগ্ৰস্ত বিমানখন
  • বিমানখনে অৱতৰণ কৰাৰ সময়তে বিমানখনৰ ইঞ্জিনত চৰাইয়ে খুন্দা মৰাত দুৰ্ঘটনাত পতিত হয় বিমানখন
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments