Wednesday, July 9, 2025
Homeঅসমশিক্ষক-কৰ্মচাৰীলৈ বিশেষ নৈমিত্তিক ছুটী।

শিক্ষক-কৰ্মচাৰীলৈ বিশেষ নৈমিত্তিক ছুটী।

  • ‘ভাষা গৌৰৱ সপ্তাহ’ৰ মাজতে ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীলৈ বিশেষ নৈমিত্তিক ছুটী।
  • ৬ নৱেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে পিতৃ-মাতৃ বন্দনাৰ বাবে পাব এই ছুটী।
  • শিক্ষা বিভাগৰ অধীনস্থ শিক্ষক- শিক্ষয়িত্ৰীসকলকো ৯ নৱেম্বৰত (শনিবাৰ) পিতৃ-মাতৃ বন্দনা যোজনাৰ আওতাত প্ৰদান কৰা হৈছে বিশেষ ছুটী।
  • নিৰ্দেশনা যোগে এই কথা জনালে শিক্ষা বিভাগে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments