Friday, November 8, 2024
Homeঅসম১৫ দিনীয়া এৰবি্কচ "ফিট উইথ বিত" কৰ্মশালাৰ সফল সামৰনি

১৫ দিনীয়া এৰবি্কচ “ফিট উইথ বিত” কৰ্মশালাৰ সফল সামৰনি

গুৱাহাটী ১৯/২/২৪ : স্বেচ্ছাসেৱী সংগঠন “স্বাস্থ্যম” ৰ উদ্যোগত আৰু মালিগাওঁস্থিত “নিচা জিম আৰু যোগ চেন্টাৰৰ” সহযোগত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱা ৰীলৈ অনুষ্ঠিত হোৱা “এৰবি্কচ ফিট উইথ বিত” ১৫ দিনীয়া কৰ্মশালাৰ সামৰনি অনুষ্ঠান আজি নিচা জিম আৰু যোগ চেন্টাৰত অনুষ্ঠিত হয়।

গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত স্বাস্থ্যমৰ সভাপতি তথা মুখ্য প্ৰশিক্ষক সুৰেশ পোদ্দাৰ,জুম্বা প্ৰশিক্ষীকা লক্ষী বৰা লগতে স্বাস্থ্যমৰ সম্পাদক গৌতম পাটোৱাৰী, স্বাস্থ্যমৰ কৰ্মকৰ্তা অৰুন্ধতী তালুকদাৰ, নবনীতা বৰ্মন, নিৰঞ্জন কুমাৰ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ মান পত্ৰ প্ৰদান কৰে। জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সজাগ কৰোৱাটোৱেই এই কৰ্মশালাৰ উদ্দেশ্য বুলি স্বাস্থ্যমৰ সম্পাদক গৌতম পাটোৱাৰীয়ে জানিবলৈ দিয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments