Wednesday, March 11, 2026
Homeঅসমগুৱাহাটীলৈ চুমি-বিশাল-তাৰ্কিক!

গুৱাহাটীলৈ চুমি-বিশাল-তাৰ্কিক!

ডিজিটেল ডেস্ক, ২২অক্টোবৰ: অচিৰেই গুৱাহাটীলৈ অনা হ’ব চুমি-বিশাল-তাৰ্কিকক। CBIৰ বিশেষ ন্যায়াধীশৰ আদালতৰ অধীনত পৰিচালিত হ’ব তদন্ত। গোচৰটো স্থানান্তৰৰ বাবে CBIৰ আবেদন দাখিল। ডিব্ৰুগড়ৰ বিশেষ আদালতত দাখিল CBIৰ আবেদন ।

এতিয়াও ডিব্ৰুগড়ৰ কাৰাগাৰতে আবদ্ধ ৩ অভিযুক্ত। মুঠ ৭জন অভিযুক্তক জিম্মাত ল’ব CBI-এ। জিম্মাত বিচাৰিছে অম্লান বৰা, ৰঞ্জিত কাকতিকো। অভিজিৎ চন্দা, শোভনজ্যোতি কুৰ্মীকো ল’ব জিম্মাত। কেউজনকে অনা হ’ব গুৱাহাটীলৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments