Thursday, November 7, 2024
Homeবিজ্ঞানবিশ্ব ব্ৰহ্মাণ্ড ধ্বংসৰ ইংগিত নেকি , এটা সপ্তাহত সূৰ্যত দুটাকৈ বিস্ফোৰণ

বিশ্ব ব্ৰহ্মাণ্ড ধ্বংসৰ ইংগিত নেকি , এটা সপ্তাহত সূৰ্যত দুটাকৈ বিস্ফোৰণ

ডিজিটেল ডেস্ক ANEWS24X7: কেইদিনমানৰ পৰা সূৰ্যত বৃদ্ধি পাইছে বিভিন্ন গেছৰ প্ৰতিক্ৰিয়া ৷ এটা সপ্তাহৰ ভিতৰত সূৰ্যত দুটাকৈ বিস্ফোৰণ ৷ বিস্ফোৰণৰ ফলত সূৰ্যৰ পৰা নিৰ্গৰিত হোৱা জুই আৰু উতপ্ত গেছে আঘাট কৰে শুক্ৰগ্ৰহত ৷ নাছাৰ ষ্টিৰিঅ’ই মহাকাশযানৰ কেমেৰাত বন্ধী হৈছে এই মহাজগতিক দৃশ্য ৷

১ ছেপ্টেম্বৰত সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত শুক্ৰগ্ৰহৰ প্ৰদক্ষিণ কৰা এখন ইউৰোপীয় মহাকাশযান ক্ষতিগ্ৰস্ত হয় ৷

৫ ছেপ্টেম্বৰৰ নিশাও সূৰ্যত সংঘটিত হয় আন এটা বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ ফলত শুক্ৰগ্ৰহ কঁপি উঠে ৷ বিজ্ঞানী সকলৰ মতেদি এই বিস্ফোৰণটো ইমান শক্তিশালি আছিল যে বিস্ফোৰণটোৰ ফলত সূৰ্যৰ পৰা নিৰ্গত হোৱা জুই আৰু উতপ্ত গেছ ঘন্টাত কেইবা মাইল বেগত গতি কৰিছিল ৷ ইয়াত কেইবা কোটি টন পদাৰ্থ থাকিব পাৰে বুলি অনুমান কৰা হৈছে ৷

সূৰ্যৰ এই অস্থিৰতাই কেৱল শুক্ৰ গ্ৰহলে নহয় সৌৰজগতৰ অন্যান্য গ্ৰহলৈও ভাবুকি কঢ়িয়াই আনিব পাৰে বুনি বৈজ্ঞানিক সকলে আশংকা কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments