Sunday, July 6, 2025
Homeঅসমনাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি

ডিজিটেল ডেস্ক, ANEWS24X7: নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি ৷ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে ৷

এই গোচৰৰ পৰবৰ্তী শুনানি অহা ১৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৷ অসম সন্মিলিত মহাসংঘৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যয়ালয়ে এই শুনানি গ্ৰহণ কৰিছে ৷

সমগ্ৰ দেশত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন হোৱাৰ পৰিৱৰ্তে অসমত ইয়াৰ ভিত্তি বৰ্ষ ১৯৭১ চন হোৱাৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments