‘অখিল গগৈৰ কথাত উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় নচলে’
‘উচ্ছেদৰ বাবে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ৰ নির্দেশ আছে’
‘অখিল গগৈৰ কথা শুনাৰ মোৰ অভ্যাসো নাই’
‘আগতেও শুনা নাছিলোঁ, এতিয়াও নুশুনো’
অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্রিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ