Thursday, March 12, 2026
Homeক্ৰীড়াঘোষণা কৰা হ’ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল

ঘোষণা কৰা হ’ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল

ডিজিটেল ডেস্ক ANEWS24X7: টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল ৷ বি চি চি আইয়ে টি-২০ বিশ্বকাপৰ বাবে ১৫ জন খেলুৱৈক নিৰ্বাচিত কৰিছে। ৰোহিত শৰ্মাক অধিনায়ক আৰু কে এল ৰাহুলক উপ-অধিনায়ক হিচাপে লৈ গঠন কৰা হৈছে ভাৰতীয় দলটো ৷ টি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটোত আছে অধিনায়ক ৰোহিত শৰ্মা, উপ-অধিনায়ক কে এল ৰাহুল , বিৰাট কোহলী , সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত, দীনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, আৰ অশ্বিন, যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদীপ সিং। ষ্টেণ্ডবাই খেলুৱৈল হিচাপে থাকিব মহম্মদ ছামি, শ্ৰেয়াছ আয়াৰ, ৰবি বিষ্ণয়, দীপক চাহাৰ।

উল্লেখ্য যে অহা অক্টোবৰ-নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ প্ৰতিযোগিতাখন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments