- বিহাৰৰ কাটিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা।
- বৰ্তমানলৈ ৩জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ।
- ১৭জন যাত্ৰী লৈ ৰাওনা হৈছিল নাওখন।
- সন্ধানহীন যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত।
- গংগা নদীত নাওখন ডুব যোৱাৰ ফলতে মৃত্যু হয় যাত্ৰীসকলৰ।
- মেঘু ঘাটৰ পৰা ৰাওনা হৈছিল যাত্ৰীভৰ্তি নাওখন।