Saturday, July 5, 2025
Homeঅসমবৰঝাৰ বিমানবন্দৰত ভয়ংকৰ ঘটনা

বৰঝাৰ বিমানবন্দৰত ভয়ংকৰ ঘটনা

ডিজিটেল ডেস্ক, anews24x7: গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সংঘটিত হয় ভয়ংকৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰে দুই মন্ত্ৰীৰ। বিমানখনত মন্ত্ৰী ৰঞ্জিত দাস, বিমল বৰা, নৱ দলে আছিল।

ডিব্ৰুগড় অভিমুখী ইণ্ডিগ’বিমানখনৰ ইঞ্জিন বিকল হোৱাৰ ফলত সংঘটিত হয় এই ঘটনা । ইপিনে ডিব্ৰুগড়ৰ আধাৰশিলাৰ এক অনুষ্ঠানলৈ গৈ আছিল দুয়োগৰাকী মন্ত্ৰী।

বিমানখনৰ এটা উইঙত সংঘটিত হয় এই কাৰিকৰী বিজুতি। ৰানৱে’ত ধৰা পৰে বিমানখনৰ বিজুতি। বিমানখন মেৰামতিৰ পিছতে উৰা মাৰিব ডিব্ৰুগড়লৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments