- মহাৰাষ্ট্ৰৰ জলগাঁৱত ভয়ংকৰ ঘটনা৷
- ৰে’লগাড়ীৰ চেপাত এইপৰ্যন্ত ১১ জন ৰে’লযাত্ৰীৰ মৃত্যু৷
- আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত৷
- হতাহত আটাইকেইজন আছিল অন্য এখন ৰে’লগাড়ীৰ যাত্ৰী৷
- উল্লেখ্য যে, পুষ্পক এক্সপ্ৰেছৰ পৰা জঁপিয়াইছিল যাত্ৰীকেইজনে৷
- ৰে’লগাড়ীখনত জুই লগাৰ ভুৱা খবৰ শুনি জঁপিয়াইছিল যাত্ৰীসকলে৷
- আনটো পথেৰে আহি আছিল কৰ্ণাটক এক্সপ্ৰেছ৷
- কৰ্ণাটক এক্সপ্ৰেছৰ চেপাত পুষ্পক এক্সপ্ৰেছৰ যাত্ৰীসকলৰ মৃত্যু৷
