নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
গোমোঠাগাঁৱত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলা আৰু গুৰুতৰ ভাৱে আহত হয় ৬ জন
এখন যাত্ৰী কঢ়িয়াই অনা টেম্পুত খুন্দা মাৰে বাঁহ ভৰ্তি এখন বলেৰ পিকআপ বাহনে।
আহত যাত্রী সকলক স্থানীয় লোকৰ প্ৰচেষ্টাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ
আৰক্ষী খবৰ দিয়াৰ পিছতো প্ৰায় ৪৫ মিনিট সময়লৈকে দুৰ্ঘটনাস্থলিত উপস্থিত নহয় আৰক্ষী।
