Monday, July 21, 2025
Homeনিয়োগসম্পূৰ্ণ নতুন পদ্ধতিৰে ঘোষণা হ'ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল

সম্পূৰ্ণ নতুন পদ্ধতিৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল

  • চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ’ব নথি পৰীক্ষণ প্ৰক্ৰিয়া
  • প্রথম পর্যায়ত সম্পন্ন হ’ব স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া
  • এটা পদৰ বাবে কেৱল এজন প্রার্থীয়ে লাভ কৰিব বাছনি
  • আজিৰে পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব TRTৰ দ্বিতীয় প্ৰশ্নকাকতৰ নম্বৰ
  • ইয়াৰ পাছতে মাণ্ডলিক পর্যায়ত সম্পন্ন হ’ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া
  • ৰাজ্যৰ ৬টা মণ্ডলত সম্পন্ন হ’ব নথি পৰীক্ষণ প্রক্রিয়া
  • তালিকাত ডিব্ৰুগড়, যোৰহাট, কাছাৰ জিলাৰ নাম নগাঁও, কামৰূপ (মহানগৰ) আৰু বঙাইগাঁও জিলাৰ নামো অন্তর্ভুক্ত
  • কেৱল অৰ্হতাসম্পন্ন প্রার্থীয়েহে সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ-পত্র
  • madhyamik.assam.gov.inত উপলব্ধ হ’ব প্ৰৱেশ-পত্ৰ
  • ১৯ জানুৱাৰীত সম্পন্ন লিখিত পৰীক্ষাৰ নম্বৰৰ তালিকাও পাব এই ৱেবছাইটটোত
  • স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা
  • স্নাতক পৰ্যায়ৰ সৰ্বমুঠ শিক্ষকৰ পদ আছে ৮,২৩০টা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments