Wednesday, July 9, 2025
Homeঅসম২০২৫ বৰ্ষৰ শিল্পী বঁটাৰ লগতে ২০২৪ৰ নটসূর্য ফণী শৰ্মা বঁটা ঘোষণা

২০২৫ বৰ্ষৰ শিল্পী বঁটাৰ লগতে ২০২৪ৰ নটসূর্য ফণী শৰ্মা বঁটা ঘোষণা

২০২৫ বৰ্ষৰ শিল্পী বঁটাৰ লগতে ২০২৪ৰ নটসূর্য ফণী শৰ্মা বঁটা ঘোষণা

সাহিত্যচার্য অতুল চন্দ্র হাজৰিকা বঁটা, ভীমবৰ দেউৰী বঁটাও ঘোষণা

বিশিষ্ট শিল্পী ড০ অনিমা চৌধুৰীলৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটা

লোক শিল্পী মুকুল ৰাভালৈও এই বৰ্ষৰ শিল্পী বঁটা

১৭ জানুৱাৰীত গোলাঘাটত শিল্পী দিৱস অনুষ্ঠানত প্ৰদান কৰা হ’ব বঁটা

আন তিনিগৰাকী বিশিষ্ট শিল্পীক প্ৰদান কৰা হ’ব ৰাজ্যিক পৰ্যায়ৰ বঁটা

বিশিষ্ট অভিনেত্রী ৰেবা ফুকনলৈ ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা

অভিনেত্রী হীৰা নেওগলৈ সাহিত্যচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটা

ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মক

প্রতিটো বঁটাত থাকিব ২ লাখ টকাৰ লগতে প্রশস্তি-পত্ৰ আৰু অংগবস্ত্ৰ

দিছপুৰত সংবাদমেলত ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments