মালিগাঁও. ২৯জুলাই: 27th and 28th July 2024 পৰা মধ্য প্ৰদেশৰ, অশোক নগৰত অনুষ্ঠিত হোৱা 4th National Hand to Hand Fighting Sport Championship 2024 অত অসমৰ 19 জন খেলুৱৈয়ে প্ৰথম বাৰলৈ অংশগ্ৰহণ কৰি 5 Gold, 5 Silver and 3 Bronze অৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।
পদক পোৱা খেলুৱৈ সকল হ’ল ক্ৰমে – সোণৰ পদক অৰ্জন কৰে ক্ৰমে ১১ বছৰ তলৰ -38 কেজি শাখাত বিশাল সোনাৰ, 15 বছৰ তলৰ -48 কেজি শাখাত হৰ্ষ সোনাৰ, 15 বছৰ তলৰ -52 কেজি শাখাত লৱনোজ বুঢ়াগোহাঁই, 21 বছৰ তলৰ 70 কেজি ওপৰ শাখাত হিমাদ্ৰী মহন, Self Defense 23 বছৰ ওপৰৰ শাখাত মানস প্ৰতীম কোঁৱৰ , ৰূপৰ পদক লাভ কৰা খেলুৱৈ সকল হ’ল ক্ৰমে -13 বছৰ তলৰ -53 কেজি তলৰ শাখাত দিয়া সৰকাৰ, -13 বছৰ তলৰ -35 কেজি শাখাত প্ৰশান্ত লামা, -17 বছৰ তলৰ -52 কেজি শাখাত নিৰঞ্জন গগৈ, -21 বছৰ তলৰ -48 কেজি শাখাত ভাৰতী কুমাৰী , -21 বছৰ তলৰ -57 কেজি শাখাত দেৱজিৎ দুৱৰী , ব্ৰঞ্জ পদক অৰ্জন কৰে ক্ৰমে -15 বছৰ তলৰ -57 কেজি শাখাত ৰাজীৱ চেতিয়া, -17 বছৰ তলৰ-57 কেজি শাখাত ৰঞ্জন ভূঞা, -17 বছৰ তলৰ 80 কেজি ওপৰ শাখাত কাব্যজ্যোতি পাটোৱাৰীয়ে পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, পদক অৰ্জন কৰা সকলো খেলুৱৈ অসম হেন্ড টু হেন্ড সন্হাৰ সভাপতি ড. পাৰ্থ সাৰথি মহন্ত, আই পি এছ, ডি আই জি, অসম পুলিচ , সম্পাদক তথা অসমৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ গগৈয়ে সকলোকে শুভেচ্ছা জনোৱৰ লগতে যিসকলে ভাল খেল প্ৰদৰ্শন কৰি Medals পাৱলৈ সক্ষম হোৱা নাই সকলোকে বহুত বহুত শুভেচ্ছা জনাইছে। যিসকল অভিভাৱক, Official, Coach, Referee, Managerএ খেলুৱৈ সকলৰ লগত গৈ সহযোগিতা আগবঢ়ালে সকলোকে ধন্যবাদ অৰ লগতে শুভেচ্ছা জনাইছে।
এই খেলতেই আগন্তুক হ’ব লগা আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে অসমৰ খেলুৱৈ নিৰ্বাচিত হৈছে বুলি সৰ্ব ভাৰতীয় সভাপতি শ্ৰী প্ৰদীপ সিন্ধে চাৰে জনাইছে। অতি কম দিনতে নিৰ্বাচিত খেলুৱৈ সকলক নাম সমূহ প্ৰকাশ কৰা হ’ব।
