- ঘোচ লৈ এইবাৰ জালত পৰিল সহকাৰী আয়ুক্ত
- বজালীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দুর্নীতি নিবাৰকৰ অভিযান
- ঘোচ লোৱাৰ অপৰাধত এজন সহকাৰী আয়ুক্তক গ্ৰেপ্তাৰ
- গ্ৰেপ্তাৰ হোৱা সহকাৰী আয়ুক্তজন গৌৰৱ শেখৰ দাস
- দুর্নীতি নিবাৰক শাখাই চলাইছে মাৰাথান জেৰা
- দীর্ঘদিনৰ পৰা গৌৰৱ শেখৰ দাসৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ