Monday, July 7, 2025
Homeৰাজনৈতিকবিজেপিয়ে ঈদৰ ছাগলীৰ দৰে বিধায়ক ক্ৰয় কৰেঃ অশোক গেহলেট

বিজেপিয়ে ঈদৰ ছাগলীৰ দৰে বিধায়ক ক্ৰয় কৰেঃ অশোক গেহলেট

ডিজিটেল ডেস্ক, ANEWS24X7:বিজেপিৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটে ৷ বিজেপি দলে ৰাজস্থানৰ কংগ্ৰেছ বিধায়ক ক্ৰয় কৰাৰ চেষ্ঠা কৰাৰ অভিযোগ উত্থাপন কৰে ৷

গুজৰাটৰ সবৰকান্ত জিলাৰ খেডব্ৰহ্ম চহৰৰ এক জন সভাত অংশ গ্ৰহণ কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিজেপি দলক কটাক্ষ কৰি কয় যে ,‘‘ ঈদৰ বাবে যিদৰে ছাগলী ক্ৰয় কৰে ঠিক তেনেদৰে বিজেপি দলে বিধায়ক ক্ৰয় কৰে ৷ বিজেপিয়ে অৰুণাচল প্ৰদেশ , কৰ্ণাটক , মধ্যপ্ৰদেশ আৰু ছত্তীশগড় আদি ৰাজ্যত ধনৰ জৰিয়তে ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে ৷’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments