২০২৬ৰ নিৰ্বাচনক লৈ সাজু বিজেপি। লখিমপুৰ, ঢকুৱাখনা সমষ্টিত বিজেপিয়ে কাক দিব প্ৰাৰ্থিত্ব মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা। তালিকাত কাৰ কাৰ নাম ?
- ২ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ
- লখিমপুৰত মানৱ ডেকাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে
- ঢকুৱাখনাত কোন হ’ব প্ৰাৰ্থী সেয়াও ক’লে মুখ্যমন্ত্ৰীয়ে
- আন সমষ্টিৰ প্ৰাৰ্থীক লৈ HINT নিদিওঃ মুখ্যমন্ত্ৰী
