- অৱশেষত সদনত দাখিল বি কে শর্মা আয়োগৰ প্ৰতিবেদন
- প্রাক্তন ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ দুয়োখন প্রতিবেদনেই দাখিল মুখ্যমন্ত্ৰীয়ে দাখিল কৰিলে এজনীয়া আয়োগৰ প্ৰতিবেদন
- প্রতিবেদন দাখিল নকৰাৰ বাবেই জামিন পাইছিল ২১ অভিযুক্ত বিষয়াই
- ২০১৩-১৪ৰ CEEৰ লগত জড়িত দুর্নীতিৰ তদন্তৰ বাবে গঠন হৈছিল আয়োগ
- বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে দাখিল কৰিলে প্রতিবেদন