- প্ৰথমবাৰৰ বাবে বিটিচিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।
- ইয়াৰ বাবে প্ৰয়োজনীয় অনুমোদন ৰাজ্যপালৰ।
- অধিৱেশনৰ প্ৰথমদিনা বিটিচিত সদনক সম্বোধন কৰিব ৰাজ্যপালে।
- ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ বাজেট অধিৱেশন।
- ১৯ ফেব্ৰুৱাৰীৰ পৰা বিধানসভাৰ নতুন ভৱনতে চলিব বিধানসভাৰ কাম-কাজ।
