Saturday, July 5, 2025
Homeউত্তৰ-পূৱমণিপুৰৰ ভয়াৱহ পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্র

মণিপুৰৰ ভয়াৱহ পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্র

  • মণিপুৰলৈ প্ৰেৰণ অতিৰিক্ত নিৰাপত্তাৰক্ষী বাহিনী
  • মণিপুৰলৈ ৰাওনা CRPF DG অনিশ দয়াল
  • অনিশ দয়ালে পর্যবেক্ষণ কৰিব মণিপুৰৰ পৰিস্থিতি
  • গৃহমন্ত্রী অমিত শ্বাহে বাতিল কৰিছে মহাৰাষ্ট্ৰৰ সকলো নির্বাচনী সভা
  • সভা বাতিল কৰি দিল্লীলৈ উভতিল গৃহমন্ত্রী অমিত শ্বাহ
  • ৰাজ্যখনৰ আইন-শৃংখলা বজাৰ ৰখাই বাবে নতুন কৌশল ৰচনা
  • ইফালে মণিপুৰৰ ঘটনাক্ৰমক লৈ সৰৰ মেইটেই দল-সংগঠন
  • ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে মেইটেই দল-সংগঠনে
  • মণিপুৰ ভাৰতৰ অংগ হয়নে নহয় বুলি প্রশ্ন
  • ৪৮ ঘণ্টাৰ ভিতৰত স্পষ্ট কৰিবলৈ দাবী দল-সংগঠনৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments