Thursday, March 12, 2026
Homeঅসমকোকৰাঝাৰৰ দোতমাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

কোকৰাঝাৰৰ দোতমাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

  • কোকৰাঝাৰৰ দোতমাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ ।
  • দোতমা সমষ্টিৰ ২২৮৯৯ গৰাকী মহিলালৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ ।
  • দহ হাজাৰ টকাকৈ চেক বিতৰণ ।
  • চেক বিতৰণ অনুষ্ঠানত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
  • চেক বিতৰণৰ অন্তত সাংবাদিকৰ আগত জয়ন্ত মল্ল বৰুৱাই কয় যে…
  • মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন হ’ল মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি ।
  • প্ৰতিটো সমষ্টিত ২০ ৰ ৩৫ হাজাৰ মহিলাই লাভ কৰিছে এই আঁচনি ।
  • মহিলাসকলক সাৱলম্বী কৰি তোলাই এই আঁচনিৰ লক্ষ্য । উদ্যমিতা বৃদ্ধি হৈছে মহিলাৰ । উপকৃত হৈছে মহিলাসকল । সচ্ছ আৰু নিকা পদ্ধতিৰে লাভ কৰিছে আঁচনিৰ ধন ।
  • ইপিনে অনুষ্ঠানত উপস্থিত থাকি আৰু চেক বিতৰণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয় যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আই -মাতৃসকল উপকৃত হৈছে ।
  • মুখ্যমন্ত্ৰীয়ে মধ্যবিত্ত , দুখীয়াক সহায় কৰিছে ।
  • ৪.৫ বছৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে কাম কৰি আছে । এয়া গৌৰৱৰ বিষয় ।
  • আজিৰ অনুষ্ঠানত বিধায়ক তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীও উপস্থিত আছিল ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments