ৰিদিপ শৰ্মা,কলিয়াবৰ: সাংবাদিক নিগ্ৰহৰ ঘটনা বন্ধ কৰাৰ লগতে সাংবাদিকৰ জীৱনৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কলিয়াবৰ প্ৰেছ ক্লাবৰ।
শেহতীয়াকৈ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ ঘটনাক লৈ কলিয়াবৰ প্ৰেছ ক্লাবে গভীৰ উদ্বেগ তথা ক্ষোভ প্ৰকাশ কৰিছে।
কলিয়াবৰ সম জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে কলিয়াবৰ প্ৰেছ ক্লাবে।