জমিয়ত উলেমাক বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

‘এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আৰু সাহস আছে’

‘তৰুণ গগৈৰ লগত অসমীয়া অফিচাৰক কন্দুৱাইছিল মাদানীয়ে’

‘মাদানীয়ে এটা সময়ত টেট শিক্ষককো নিযুক্তি দিব দিয়া নাছিল’

‘মই মাদানীক পালে বাংলাদেশলৈ পঠিয়াই দিম’

‘অসমত থকা কংগ্ৰেছীসকল অচিনাকি মানুহৰ চৰ্দাৰ’

মাদানীক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ