- আজি ৩ দিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্রী
- মুখ্যমন্ত্রী সচিবালয়ত ডুমডুমা সম জিলাৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
- দেওবাৰে খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ কার্যসূচীত অংশ ল’ব মুখ্যমন্ত্রীয়ে
- দেওবাৰে দুপৰীয়া মুখ্যমন্ত্রী সচিবালয়ত নাহৰকটীয়া সম জিলাৰ পৰ্যালোচনা বৈঠকত কৰিব অংশগ্রহণ
- দেওবাৰে ডিব্ৰুগড়ত আন কেইবাখনো বৈঠকত অংশ ল’ব মুখ্যমন্ত্রীয়ে
- নিশাটো ডিব্ৰুগড়ত কটাই সোমবাৰে বিয়লি গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্রী