Wednesday, July 9, 2025
Homeঅসমমহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্ক, ২৩জানুৱাৰী: হিৰোছিমাত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ হিৰোছিমা শান্তি স্মাৰক হৈছে জাপানী লোকসকলে অতি প্রতিকূল পৰিস্থিতিৰ পৰা শক্তিশালী হৈ উভতি অহাৰ এক স্থিতিস্থাপকতা পৰিচায়ক প্ৰতীক। হিৰোছিমা আক্ৰমণত নিহতসকলৰ পুণ্য স্মাৰকত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments