- সোমবাৰে নিশা ১১.৩০ বজাৰ পৰা মঙ্গলবাৰৰ পুৱতি নিশা ৪.৩০ বজালৈ বন্ধ থাকিব ডাউন টাউনৰ পৰা ছয়মাইল সংযোগী পথ
- গণেশগুৰিৰ পৰা খানাপাৰালৈ গ’লে ছুপাৰমার্কেট উৰণ সেতু হৈ বেলতলা বশিষ্ঠ পথেৰে চলাচল কৰিব পাৰিব
- খানাপাৰাৰ পৰা GS ৰোডলৈ যাবলগীয়া বাহন সমূহে জয়ানগৰ পৰা বেলতলা হৈ চলাচল কৰিব পাৰিব
- খানাপাৰাৰ পৰা ডাউনটাউনলৈ গ’লে VIP, চচল হৈ চলাচল কৰিব পাৰিব
- ডাউনটাউনত নির্মাণ হৈ থকা উৰণ সেতুৰ কামৰ বাবে এই নির্দেশনা