Saturday, July 5, 2025
Homeঅসমপৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ শিক্ষা বিভাগ

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ শিক্ষা বিভাগ

  • পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ শিক্ষা বিভাগ
  • ৯ অধ্যক্ষসহ এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন
  • প্রশ্নকাকত ফাদিলৰ ঘটনাৰে জড়িতৰ অভিযোগত নিলম্বন
  • মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কৰে নিলম্বন
  • পৃথকে পৃথকে জাৰি কৰা হৈছে প্ৰয়োজনীয় নির্দেশনা
  • ASSEBৰ একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ
  • ইয়াকে লৈ শ্ব’কজৰ সন্মুখীন হৈছিল আটাইকেইগৰাকী
  • কিন্তু শ্ব’কজৰ সদুত্তৰ দিব নোৱাৰিলে অভিযুক্ত শিক্ষক-শিক্ষয়িত্রীয়ে
  • ইয়াৰ বাবেই তৎকালে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ
  • নিলম্বিত হ’ল শোণিতপুৰৰ নাৰেংকাটি HSSৰ অধ্যক্ষ ড০ ৰোহিত চন্দ্ৰ ৰাভা
  • ড০ ৰাভাৰ বিৰুদ্ধে শিক্ষা বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ
  • নগাঁৱৰ PM শ্রী কঠীয়াতলি HSSৰ অধ্যক্ষা সন্ধ্যা বেজবৰাকো নিলম্বন
  • অধ্যক্ষা বেজবৰাৰ বিৰুদ্ধেও শিক্ষা বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ
  •  ঐচ্ছিক অসমীয়াৰ প্ৰশ্নকাকত ফাদিল কৰি নিলম্বিত হ’ল বিষয় শিক্ষয়িত্রী হিমানী দত্ত
  • নিলম্বিত হিমানী দত্ত গোৱালপাৰাৰ বগুৱান HSSৰ বিষয় শিক্ষয়িত্রী
  • ধেমাজিৰ বৰদলনি HSSৰ অধ্যক্ষা কবিতা চুতীয়াকো নিলম্বন
  • নিলম্বিত হ’ল ধেমাজি গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ চক্ৰৱৰ্তী বৰগোহাঞিও
  • পশ্চিম জোনাই ছিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ অধ্যক্ষ গোপীৰাম দলেকো নিলম্বন
  • যোৰহাটৰ কমলাবাৰী সত্ৰ HSSৰ অধ্যক্ষা লীলামণি বৰগোহাঞিকো নিলম্বন
  • ধুবুৰীৰ লক্ষীগঞ্জ HSSৰ অধ্যক্ষ মইনুল হক মণ্ডলকো নিলম্বন
  • নিলম্বিত হ’ল ৰঙিয়া গাৰ্লছ HSSৰ i/c অধ্যক্ষ প্রদীপ কুমাৰ কলিতাও
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments