- বঙাইগাঁৱৰ তালগুৰিৰ নিত্যবজাৰত শোকাৱহ পথ দুৰ্ঘটনা
- ট্রেভেলাৰ, বাছ-বাইকৰ মাজত ভয়াৱহ সংঘৰ্ষ
- দুর্ঘটনাত থিতাতে মৃত্যু বাইক আৰোহী পিতৃ-কন্যাৰ
- নিহত নাছিৰ আহমেদ পেছাত এগৰাকী শিক্ষক
- নিহত কন্যাগৰাকী শাহনাজ আহমেদ
- বিদ্যালয়লৈ কন্যাক থ’বলৈ যাওঁতেই এই শোকাৱহ দুর্ঘটন
- ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুর্ঘটনা