Thursday, March 12, 2026
Homeৰাষ্ট্ৰীয়বিদেশী ন্যায়াধিকৰণ অধিনিয়ম ১৯৬৪ক লৈ গুৱাহাটী HCত শুনানি

বিদেশী ন্যায়াধিকৰণ অধিনিয়ম ১৯৬৪ক লৈ গুৱাহাটী HCত শুনানি

  • কেন্দ্ৰ চৰকাৰলৈ জাননী জাৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ
  • ৩ ডিচেম্বৰ ২০২৫ৰ ভিতৰত শপতনামা দাখিলৰ নির্দেশ কেন্দ্রক
  • এই অধিনিয়ম খাৰিজৰ বাবে দাখিল হৈছিল ৰাজহুৱা স্বার্থজড়িত আবেদন
  • এই অধিনিয়মখন বিদেশী বিতাড়নত হেঙাৰ হৈ থিয় দিয়াৰ অভিযোগ
  • আবেদন জনাইছিল AJYCPৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই
  • ১৫ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ত পঞ্জীয়ন হৈছিল আবেদনখন
  • আবেদনকাৰীৰ হৈ যুক্তি আগবঢ়াইছিল জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments