Tuesday, March 10, 2026
Homeঅসমজুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
  • জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে ন্যায়িক আয়োগ গঠন
  • সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ’ব এই আয়োগ
  • আয়োগৰ নেতৃত্বতে হব তদন্ত
  • ন্যায়াধীশ শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ
  • শনিবাৰে প্ৰদান কৰিব GMCH য়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
  • জুবিনৰ পত্নী গৰিমা শইকীয়াক প্ৰদান কৰিব প্ৰতিবেদনখন
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments