Saturday, July 5, 2025
Homeঅসমযুদ্ধ চলি থকা পৰ্যন্ত কেইবাটাও বিষয়ত গুৰুত্ব চৰকাৰৰ

যুদ্ধ চলি থকা পৰ্যন্ত কেইবাটাও বিষয়ত গুৰুত্ব চৰকাৰৰ

  • সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ হ’ব ডিব্ৰুগড় বিমান বন্দৰ
  • ৰাজ্যিক কেবিনেটত গ্রহণ এই প্রস্তাৱ
  • ইয়াৰ বাবে শীঘ্ৰে অনুষ্ঠিত হ’ব বিধানসভাৰ বিশেষ অধিৱেশন
  • বিধানসভাৰ বিশেষ অধিৱেশনৰ জৰিয়তে কাৰ্যকৰী কৰা হ’ব এই প্ৰস্তাৱ
  • ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত মুখ্যমন্ত্ৰীৰ
  • ‘প্ৰতিগৰাকী চাহ শ্রমিকক ৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব’
  • চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে চাহ শ্রমিক দিয়া হ’ব এই ধন
  • ‘১ জুনৰ পৰা স্নাতক উত্তীর্ণ শিক্ষার্থীয়ে মাহে পাব ২,৫০০ টকাকৈ’
  • ‘চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হ’ব লাগিব শিক্ষার্থী’
  • ‘মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা’ আঁচনিত অনুমোদন কেবিনেটৰ’
  • যুদ্ধ চলি থকা পর্যন্ত কেইবাটাও বিষয়ত গুৰুত্ব চৰকাৰৰ
  • ‘ৰাজহুৱাকৈ ছেমিনাৰ পাতিব নোৱাৰিব কোনোৱে’
  • ‘চৰকাৰী খৰচত কোনো মন্ত্রী-বিষয়াই বিদেশ ভ্রমণ কৰিব নোৱাৰিব’
  • ‘আৰক্ষীক বাদ দি কোনো চৰকাৰী বিষয়াই কিনিব নোৱাৰিব গাড়ী’
  • আপোন ঘৰ, আপোন বাহন আঁচনিৰ জৰিয়তে ঋণ দিয়াৰ ব্যৱস্থা’
  • ‘৪ লাখৰ পৰা ৩০ লাখ টকা পর্যন্ত ঋণ দিয়াৰ ব্যৱস্থা’
  • সেনা জোৱানৰ ঘৰৰ সমস্যা সমাধানৰ দায়িত্ব ল’ব চৰকাৰে
  • জিলা প্রশাসনে অহা ৭ দিনত জোৱানৰ তালিকা সংগ্ৰহ কৰিব
  • ইয়াৰ বাবে স্থাপন কৰা হ’ব জিলা নিয়ন্ত্রণ কক্ষ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments