- ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান অনুষ্ঠান
- অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা প্ৰদান
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত বঁটা প্রদান অনুষ্ঠান
- অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ বঁটা
- দ্বীপেন বৰুৱা, উমা চেত্রী, হেমন্ত দত্তলৈ অসম সৌৰভ বঁটা
- সুব্রমণিয়ান ৰামাদোৰাই, ড০ বাপ্পী পাল, ড০ পূৰবী শইকীয়ালৈ অসম সৌৰভ বঁটা
- ফুলেশ্বৰী দত্ত, মীনাক্ষী দাস, পাৰ্থিৱ সুন্দৰ গগৈ, বিনং টেৰণলৈ অসম গৌৰৱ বঁটা
- ধীৰেন্দ্ৰনাথ পাল, হৰিদাস দাস, নজৰুল হকলৈ অসম গৌৰৱ বঁটা
- বিশ্বজিৎ বৰা, শৰৎচন্দ্ৰ কলিতা, বাৰলাংফা নাৰ্জাৰীলৈ অসম গৌৰৱ বঁটা
- ৰামচন্দ্ৰ চাচনী, উপমন্যু বৰকাকতি, ডেভিদ প্ৰতিম গগৈলৈ অসম গৌৰৱ বঁটা
- চৌৰান আহেম, বাৰেকুৰি গাঁও, হাতীবন্ধু স্বেচ্ছাসেৱী সংস্থালৈ অসম গৌৰৱ বঁটা
