Tuesday, July 8, 2025
Homeঅসমগহপুৰৰ শিশু হত্যাৰ ঘটনা নতুন মোৰ

গহপুৰৰ শিশু হত্যাৰ ঘটনা নতুন মোৰ

ডিজিটেল ডেস্ক, ANEWS24X7: গহপুৰৰ সোনালীবড়ী হৃদয় বিদাৰক ঘটনা।  গহপুৰৰ শিশু হত্যাৰ ঘটনা নতুন মোৰ। পিতৃৰ হাতত প্ৰাণ গ’ল এবছৰীয়া পৰাগজ্যোতিৰ। গহপুৰৰ সোনালীবড়ী বৃহস্পতিবাৰে সংঘটিত হৈছিল এই  ঘটনা।২৪ ঘন্টাৰ পিছত নিজ ঘৰত ওলালহি নিৰুদ্দেশ হৈ থকা পিতৃ শচীন বৰদলৈ ৷

পুৱা ৫ মান বজাত উপস্থিত হোৱা পিতৃ শচীনে হাতত দা লৈ ঘৰত অন্য লোক যোৱাত বাধা দিয়ে ৷ উপায়ন্তৰ হৈ গাঁৱৰ লোকে আৰক্ষীক খৱৰ দিয়ে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় | নিজ সন্তানক হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে শচীন বৰদলৈয়ে। পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰাৰ কথা উল্লেখ কৰে আৰক্ষীক ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments