Tuesday, July 8, 2025
Homeঅসমবিহুৰ পাছত এইবাৰ ঝুমুৰ নৃত্যৰে অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে

বিহুৰ পাছত এইবাৰ ঝুমুৰ নৃত্যৰে অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে

  • বিহুৰ পাছত এইবাৰ ঝুমুৰ নৃত্যৰে অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে৷
  • অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত হ’ব ঝুমুৰ নৃত্য৷
  • য’ত ৮ হাজাৰ যুৱক-যুৱতীয়ে পৰিৱেশ কৰিব ঝুমুৰ নৃত্য৷
  • নৃত্য পৰিৱেশন কৰিবলৈ অহা যুৱক-যুৱতীৰ যাতায়াত ব্যৱস্থা হ’ব বিনামূলীয়া৷
  • ঘোষণা মন্ত্ৰী পীযূষ হাজৰিকাৰ৷
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments