Tuesday, July 8, 2025
Homeঅসমসম্পন্ন হ’ল বিবাহ

সম্পন্ন হ’ল বিবাহ

ডিজিটেল ডেস্ক, ANEWS24X7: যুগ্ম জীৱনৰ পাতনি মেলিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কন্যা কৃষ্টিয়ে। ব্যৱসায়ী অংকুৰ শইকীয়াৰ সৈতে জীৱনৰ পথত খোজ দিয়াৰ পণ ল’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰীতা চৌধুৰীৰ কন্যা কৃষ্টিয়ে।

বিশিষ্ট চিকিৎসক ডাঃ অঞ্জন শইকীয়াৰ পুত্ৰ অংকুৰ শইকীয়া সৈতে আৱদ্ধ হ’ল বিয়াত । ইপিনে নিজৰ কন্যা আৰু জোৱাঁইৰ বিয়াৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

মন্ত্ৰীগৰাকীয়ে ফটো শ্বেয়াৰ কৰি দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা দিয়াৰ লগতে আশীৰ্বাদ জনাইছে।ইফালে, নিজৰ বিয়াৰ ফটো অংকুৰ শইকীয়ায়ো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments